মৰমৰ ককা

ডেভিদ বৈশ্য [কনচেং]



মই ককাক বৰ ভাল পাইছিলোঁ৷ ককা মৰাৰ খবৰটো পোৱাৰ পাছৰে পৰাই মোৰ মনটো বৰ বেয়া লাগিছিল৷ ককাৰ অসুখৰ বাবে ২০  অক্টোবৰ, ২০২১ তাৰিখে ককাই আমাক এৰি চন্দ্ৰলৈ গমন কৰিলে৷ ককাই বিহু বা পূজা লে মোক পইছা দি কৈছিল যেকনচেং তই এইবাৰ পূজাত কিবা কিনি বি দেই৷ককাক মই বৰ সৰুৰে পৰাই পাইছিলোঁ৷ কিবা আনিলে ককাই মোক অলপ লেও দিছিল৷ ককাই আমাক এৰি ইমান সোনকালে যাবগৈ বুলি সপোনতো ভবা নাছিলোঁ৷কনচেংনামটো মোক ককাই দিছিল৷ মই মামাহঁতৰ ঘৰলৈ লে কৈছিলমামাহঁতৰ ঘৰৰ পৰা কিবা লৈ আহিবি৷ককাৰ আত্মাই যেন চিৰশান্তিত থাকে তাকে কামনা কৰিলোঁ

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ