সুখ-দুখৰ লগৰী আছিল মোৰ মামা

ৰিমঝিম লাহন 


জন্ম মানেই যে মৃত্যু এক চিৰন্তন সত্য৷ তথাপিও কিছুমান মানুহৰ মৃত্যুৱে হূদয়ত এটা শূন্যতাৰ সৃষ্টি কৰি থৈ যায়৷ এইদৰেই চিৰকালৰ বাবে এটা বিহৎ শূন্যতাক বুকুত সৃষ্টি কৰি আমাৰ মৰমৰ তথা শ্ৰদ্ধাৰ মামা প্ৰবোধ বৰগোহাঁই আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে মেলানি মাগিলে৷ সুখৰ দিনত মামা আমাৰ লগত যেনেদৰে আছিল ঠিক তেনেদৰে দুখৰ দিনতো তেখেত আমাৰ লগ এৰা নাছিল৷ আমাৰ সুখ-দুখৰ সমভাগি বলৈ মামা আমাৰ ওচৰলৈ দৌৰি আহিছিল৷

আদ্যশ্ৰাদ্ধৰ দিনা তেখেতক অশ্ৰুঅঞ্জলিৰে শ্ৰদ্ধা জনাইছোঁ৷ মামাৰ আত্মাই চিৰ শান্তি লাভ কৰক৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ