বৰদেউতাৰ স্মৰণত

পম্পী, ঋতুমনি


পম্পী চাহ একাপ দেমাতষাৰ এতিয়াও কাণত ভাঁহি আছে৷ আচলতে বৰদেউতাৰ মৃত্যু এতিয়াও মানি পৰা নাই৷ শৈশৱৰ স্মৃতিয়ে ঘনে ঘনে আমনি কৰিছেহি৷ সৰুৰেপৰা বৰদেউতা, দেউতা, দদাইদেউহঁতেৰে ভৰি থকা এখন ঘৰত ডাঙৰ হৈছিলো৷ যৌথ পৰিয়ালত ডাঙৰ হোৱা আমিবোৰে হয়তু এই সম্পৰ্কবোৰ হূদয়েৰে অনুভৱ কৰিব পাৰো৷ বৰদেউতাক লখিমপুৰলৈ চিকিৎসাৰ বাবে লৈ যোৱাৰ দিনা অনুভৱ কৰিব পৰা নাছিলো যে এটা নিথৰ দেহ হৈ তেওঁ ঘূৰি আহিব৷ মৃত্যু এটা শ্বাশ্বত সত্য৷ হয়তু এই বুলিয়েই নিজৰ মনক সাbLনা দিছো৷ আপোনজনক হেৰুৱাৰ বেদনা বৰ অসহনীয়৷ দুয়ো দুয়োৰে আমাৰ বৰদেউতা আৰু দেউতাই সাহস, আমি দুয়োটা পৰিয়ালেই ইটোৱে সিটোৰ সাহস হৈ আছিলো৷ আমি জানো বৰদেউতাই এতিয়াও সৰগৰ পৰাই আশীৰ্বাদৰ ৰূপত আমাৰ অন্তৰবোৰ সাহসেৰে ভৰাই তুলিব৷

বৰদেউতা আপুনি তেই থাকক শান্তিৰে থাকক৷ এই পবিত্ৰ ক্ষণত আপোনালৈ শ্ৰদ্ধাঞ্জলি আগবঢ়াইছো

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ