শ্ৰদ্ধাঞ্জলি...

চন্দ্ৰমা বৰগোহাঁই



বাসাং সি জীৰ্ণানি যথা বিহায়

নৱানি গৃহাতি নৰোহপৰাণি।

তথা শৰীৰাণি বিহায় জীৰ্ণা-

ন্যন্যানি সংযাতি নৱানি দেহী৷৷২২ [শ্ৰীমদ্ভাগত গীতা]

ৰপৰা আৰম্ভ কৰোঁ শেষ কৰোঁ৷ চল্লিশ বছৰে আপোনাৰ গাৰ ছাঁতে থাকি জীৱন ধন্য কৰিলোঁ৷ সুখে-দুখে দুয়োৰে আমি অভিন্ন আছিলোঁ৷ সন্তানকেইটিৰ লালন-পালনৰ দায়িত্বও দুয়ো ভগাই লৈ প্ৰায়ে ঘৰখন সুখেৰেই পাৰ কৰিছিলোঁ৷ কিন্তু হঠাতে যতি পৰিল৷ অতীতৰ মুধৰ স্মৃতিয়ে আজি অগা-দেৱা কৰিলেও তাক ভাগবতৰা কৰিবলৈ আনন্দ লভিবলৈ মোৰ সোঁহাত শূন্য৷ স্মৃতিবোৰ মনৰ মাজতে কঢ়িয়াই শান্তি লভিম৷

আপুনি তে আছে তাৰে পৰাই মঙ্গল দৃষ্টি দান কৰিব৷ শান্তিত থাকক৷ 

ঔম শান্তি, শান্তি, শান্তি৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ