শ্ৰদ্ধাঞ্জলি

দাদুল দত্ত


বৰদেউতা হিচাপে প্ৰবোধ বৰগোহাঁইদেৱৰ সান্নিধ্য লাভ কৰিছিলো৷ আমাৰ পৰিয়াল তেখেতৰ পৰিয়ালৰ সৈতে ঘনিষ্ঠ আছিল৷ ঘৰৰ সকলোৱে খা-খবৰ লোৱাৰ উপৰিও ৰা-ছোৱালীৰ পঢ়া শুনা আদি খবৰ কৰিছিল৷ আজি তেখেতৰ এই মৃত্যু যাত্ৰা সহজভাৱে পৰা নাই৷ বৰদেউতাই দিয়া জ্ঞানৰ বলেৰে বিপদৰ সময়ত আমাৰ সকলো কৰ্ম সুস্থিৰে নিৰ্ধাৰণ কৰাত সহায় হৈছিল৷ শেষত বৰদেউতাৰ আত্মাৰ সদ্গতি আৰু চিৰশান্তি কামনাৰে ক্ষুদ্ৰ একলম সামৰিলো৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ