ককালৈ শ্ৰদ্ধাঞ্জলি

 তাপস কুমাৰ

নাতি


মৰমৰ ককা তুমি ইমান সোনকালে আমাক শোক সাগৰত ডুবাই থৈ গলা গৈ৷ তুমি তে আছা সুখেৰে থাকা শান্তিৰে থাকা এইয়ে আমাৰ কাম্য৷ কিন্তু ককা এতিয়াৰ পৰা মোকতামুলীবুলি পেটত খুচ কোনে মাৰিব?


তনয়া দত্ত

নাতিনী 

ককা আপুনি আমাক এৰি বহুত দূৰলৈ গুচি লা৷ আপুনি তে আছে তাৰে পৰা আমাক আশীৰ্বাদ কৰিব৷ এতিয়াৰ পৰা পঢ়িছানে বুলি মৰমতে মতাটুকটুকীনামটো কেতিয়াও শুনিবলৈ নাপাওঁ৷ শেষত ককাৰ আত্মাৰ সদ্গতি আৰু চিৰশান্তি কামনাৰে সামৰিলোঁ

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ